তোমাৰ বাতৰি (ৰূপ গোস্বামী)

তোমাৰ বাতৰি (ৰূপ গোস্বামী)
তুমি নক’লেও…
তুমি অহাৰ বাতৰি কঁহুৱা হৈ উৰে,
আকাশ গোলাপী ৰঙেৰে ভৰে…
মন বসন্তৰ কেতেকী হৈ ফুলে…।
তুমি যোৱাৰ বাতৰি পালেই
নিশাৰ শেৱালি ঠেঁহ পাতি সৰে…
 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰূপ গোস্বামী
11 years ago

dhanyabaad..

Copying is Prohibited!