দোকমোকালিৰ সপোন(-হিৰন্ময় বৰুৱা)

ৰাতি বাঢ়িলে
সন্ধিয়াৰ চুমাটোৱে ৰং সলায়
এন্ধাৰৰ স’তে তাৰ গোপন ভালপোৱা
হেঁপাহৰ আঁচল ফালি নিয়ৰ সৰে
প্রেমৰ এচামোচ নীলা |
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!