নেমুটেঙা পাতৰ সৈতে মোৱা আৰু দৰিকণা মাছৰ জোল — নমি ফুকন বৰা

প্ৰণালী —- এটা পাত্ৰত আধা লিটাৰমান  উতলাই ল’লো । উতলি থকা পানীখিনিত চাফা কৰি থোৱা মাছকেইটা লাহেকৈ ঢালি দিলো । জোখমতে নিমখ – হালধি দি ঢাকোন মাৰি দিলো । প্ৰায় দহ মিনিটমানৰ পিছত  পিহি থোৱা নহৰু আৰু আদাখিনি উতলা মাছখিনিত দিলো । মিহিকৈ  নেমুটেঙা পাতকেইখনমান কাটি দি সিজিবলৈ দিলো । অকণমান সময়ৰ পিছত পাতবোৰ সিজি যোৱা দেখি নমাই থ’লো ।  (মন কৰিলে আপুনি তেল  মাৰি খাব পাৰে নতুবা তেল নিদিয়াকৈও খাব পাৰে।) তাৰপিছত ভাতৰ সৈতে পৰিবেশন কৰিলো ।


Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!