বসন্ত ( বিশাল অনুৰাগ )

boxonto_Bishal Anuraag.

তোৰ খোপাৰ সুগন্ধি নাহৰ দেখি
জিৰ্ জিৰ্ কৈ নামিছে মেঘ
সখিয়তী আহ
খুঁটিয়াই খুলি দে খোপা
তিতা চুলিয়েদি বৈ পৰক
হাবিয়লি বাঁহীৰ আতুৰ আঙুলি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!