ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

বিস্কুট (ভাস্কৰ ডেকা)

বিস্কুট (ভাস্কৰ ডেকা)

জন্তুৰ খাদ্য পোৱা দোকান এখনৰ সন্মুখত ধুনীয়া গাড়ী এখন আহি ৰখিল ৷ গাড়ীৰ পৰা ব্যক্তি এজন নামি আহি দোকানি জনক শুধিলে –

ব্যক্তি – হেৰা ভাইটি, কুকুৰে খোৱা বিস্কুট আছে নেকি ?

দোকানি – আছে দাদা ৷

ব্যক্তি – ঠিক আছে, এপেকেট দিয়াচোন ৷

দোকানিৰ উত্তৰ – দাদা, ইয়াতে খাব নে ঘৰত লৈ যাব ?

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!