মাঘৰ কুঁৱ্লী আৰু সপোন (কৌশিক দাস)

Kaushik Das

মাঘৰ কুঁৱ্লী আৰু সপোন

কুঁৱ্লীৰ ওৰনি ঠেলি

ওলাই আহিল ৰ’দালি |

খিৰিকী খুলি দিলো

দেখিলো সৰিয়্হডৰাৰ

বিস্ফোৰিত হালধীয়া |

 

আঁঘোণৰ সোণালী চৰাই

কেনিবা উৰি গ’ল !

সৰিয়হডৰাৰ ওপৰত

এজাক মৌ-মাখিৰ

মিঠা গুণগুণনি  |

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!