কবিতা সমাধি -(মিতালী বর্মন) February 18, 2012 0 Comments সমাধি -(মিতালী বর্মন) এটি সপোনৰ সমাধিত ধুমুহা আনে কোনে—- এখন আকাশে! এটি কবিতাৰ সমাধিত কান্দে কোনে—- অনামী অনুৰাগে!! এখন হৃদয়ৰ সমাধিত উচুপে কোনে—- তোমাৰ মৰমে আৰু কৃষ্ণচূড়াৰ আল্পনা অঁকা বাটত গধূলিগোপাল ফুলে!!! ———————–