সুগন্ধি প্ৰেম- কুসুমাঞ্জলি শৰ্মা

ৰেমৰ বিজন বাটিকাৰ পথত
সোণৰ চিৰি বন্ধাই দিয়াৰ কথা নাহে

সকলো বাহ্যিকতা অগাহ্য কৰি
তাতোকৈ
তলসৰা বকুলফুল সিঁচি দিব পাৰি

অনেক যুগৰ পিছতো সেই সুগন্ধিয়ে আনি দিব
আমোলমোল এক যাত্ৰাৰ সোঁৱৰণি

সেই অমল প্ৰেমৰ নিৰ্মল সুঘ্ৰাণ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!