কবিতা হে স্বাধীনতা(-ইন্দ্ৰনীল গায়ন) September 15, 2012 0 Comments হে স্বাধীনতা এতিয়াওঁ জ্বলিছে তোমাৰ চৌপাশ, দিকহাৰা, ঘৰহীনা, বস্ত্ৰহীনতাৰ কোলাহলৰে.. তেওঁলোকে আশ্ৰয় বিচাৰিছে নিৰাপত্তাৰ, তুমি দিব পাৰিবানে… তোমাৰ ভগ্নদৈন্যতাৰ হৃদয়ত সাৰে থাকিবলৈ এধানিমান নিৰাপত্তাৰ আশ্ৰয়।