কবিতা ৪ টা স্তৱক (-বিশাল দেৱ ৰায় ) March 14, 2014 0 Comments [১] দুঃখ কৰিবলৈ মইতো কেতিয়াও সুখী নাছিলো । [২] শূন্যতাৰ মদিৰা পিবলৈ বিষন্ন হোৱা নাছিলো কেতিয়াও কেতিয়াও নাছিলো ….। [৩] জয়ী হ’বলৈ বেয়া পাওঁ সেয়ে সদায়ে হাৰি থাকোঁ জীৱনৰ স’তে …। [৪] অনাকাংক্ষীত শূন্যতা অন্তঃপ্ৰায় শলিতা দুঃখ, সুখৰ ছাঁ জীৱন…. আধা অঁকা ছবি ।