অসমীয়া ৱিকিপিডিয়া : প্ৰচাৰপত্ৰিকা :: ছেপ্তেম্বৰ, ২০১২
অসমীয়া ৱিকিপিডিয়া : প্ৰচাৰপত্ৰিকা
ছেপ্তেম্বৰ, ২০১২ ত অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:
ভাল প্ৰবন্ধ
নিৰ্বাচিত চিত্ৰ
অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম
- অসমীয়া ৱিকিউৎসত সপ্তকাণ্ড ৰামায়ণৰ ১০০ টা অধ্যায় সাৰদা শ্ৰেষ্ঠই ইউনিকোডত লিখি উলিয়াইছে।
- পাৰিজাত হৰণ আৰু কালিয় দমন নাটৰ ইউনিকোড লিপি সমাপন, মুদ্রালিখক: নিতুল বৰা
- ইউনিকোডত বুঢ়ী আইৰ সাধু গ্ৰন্থখনৰ সমূহ সাধু , অনামিকা বৰুৱা আৰু আন দুজনমান সদস্যৰ সামুহিক প্ৰচেষ্টাৰে মুদ্রালিখন কৰা হ’ল।
উল্লেখনীয় ৱিকিপিডিয়া বঁটা
- বাবুল বৈশ্য লৈ :: ৰেলৱে পদক
- ডঃচাদিকুল হুছেইন লৈ :: বিশেষ পদক
- নয়নজ্যোতি শৰ্মালৈ :: অক্লান্ত কৰ্মী পদক
- চন্দন চিৰিং ফুকনলৈ :: বিশেষ বঁটা
সক্ৰিয় সদস্যসকল
১২, অক্টোবৰ, ২০১২ তাৰিখে আহৰণ কৰা এই তালিকাত আগৰ ৩০ দিনত অসমীয়া ৱিকিপিডিয়াত গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনাৰ পৰিসংখ্যা অন্তৰ্ভূক্ত কৰা হৈছে। ইয়াত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো নিৰীক্ষণ কৰিব পাৰে।