অসমীয়া ৱিকিপিডিয়া : প্ৰচাৰপত্ৰিকা :: ছেপ্তেম্বৰ, ২০১২

অসমীয়া ৱিকিপিডিয়া : প্ৰচাৰপত্ৰিকা

ছেপ্তেম্বৰ, ২০১২ ত অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:

 

ভাল প্ৰবন্ধ

পূৰ্বৰ প্ৰবন্ধসমূহ ……

নিৰ্বাচিত চিত্ৰ

অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম

উল্লেখনীয় ৱিকিপিডিয়া বঁটা

 

সক্ৰিয় সদস্যসকল

১২, অক্টোবৰ, ২০১২ তাৰিখে আহৰণ কৰা এই তালিকাত আগৰ ৩০ দিনত অসমীয়া ৱিকিপিডিয়াত গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনাৰ পৰিসংখ্যা অন্তৰ্ভূক্ত কৰা হৈছে। ইয়াত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো নিৰীক্ষণ কৰিব পাৰে।

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
বিষ্ণু শইকীয়া (প্ৰশাসক) ২,২৫৩ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
অনিমেষ বৰা ৩৯১ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
প্ৰভাকৰ শৰ্মা নেওগ (প্ৰশাসক) ৩৪০ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
বাবুল বৈশ্য ১৭১ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
দিপাংকৰ চেতিয়া ১৪৭ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
চন্দন চিৰিং ফুকন ১২৭ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
অনামিকা বৰুৱা ১০৭ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
অভিজিত কলিতা ১০২ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
উদ্দীপ তালুকদাৰ ৭৫ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১০ নয়নজ্যোতি শৰ্মা ৬৯ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১১ পংকজ জ্যোতি মহন্ত ৪২ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১২ গীতাৰ্থ বৰদলৈ ৪০ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৩ ধ্ৰুবজ্যোতি শৰ্মা ৩৮ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৪ ঈশান জ্যোতি বৰা ২৪ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৫ নিতুল বৰা ২০ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৬ হিমজ্যোতি তালুকদাৰ ১০ (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)

বিস্তৃত তালিকা….

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!