আকৌ ডিক্ৰং (আদিত্য ৰঞ্জন দত্ত)

আকৌ ডিক্ৰং


বহু হাজাৰ ভ’ল্টৰ চাকৰি এৰি

আজিও তোমাৰ এবেটেৰীয়া টৰ্চৰ

বাল্বটো হ’বলৈ ৰৈ আছোঁহি মই !

 

দহিকতৰাজনী হৈ কান্দি থাকে

শনিবৰীয়া আবেলিটোৱে।

তেতিয়াই ডিক্ৰঙৰ বুকুৱেদি উজাই আহে

মোৰ হাজাৰটা হুমুনিয়াহৰ

এটা সৰু উচুপনি !

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!