প্রেমিক ৰূপত এলবাৰ্ট আইনষ্টাইন (ঈশানজ্যোতি বৰা)

প্রেমিক ৰূপত এলবাৰ্ট আইনষ্টাইন

–   ঈশানজ্যোতি বৰা

প্রেমিকা মিলেভালৈ লিখা এখন চিঠিৰ শেষৰ দফাটো :

“এতিয়া আকৌ তোমাৰ পাল, মৰমীজনী ! এয়া মোৰ আলিংগন আৰু চুমা পঠিয়ালোঁ ।লগতে পঠিয়ালোঁ মৰম, তোমাৰ বিশ্বস্ততাৰ পুৰস্কাৰ হিচাপে ।দিনটো মই তোমাৰ কথাকে ভাবি থাকোঁ – “এতিয়া মোৰ কণমানি মেকুৰী পোৱালীজনী কামত লাগি পৰিছে” আৰু সন্ধ্যাবেলা মই ভাবোঁ – “এতিয়া তাই মৰমেৰে মোৰ কথা ভাবিছে আৰু বিছনাত পৰি গাৰুটোতে চুমা খাব লাগিছে” । কি কি কৰিব লাগে ময়ো জানো দেখিছা ?

তপত তপত বহুত শুভেচ্ছাৰে,

তোমাৰ

এলবাৰ্ট

উৎস: প্রান্তিক(১-১৫ ডিচেম্বৰ সংখ্যা)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!