যদিও তুমি নপঢ়া (চন্দ্ৰমা কলিতা)

(বহু সেমেকা নিশাৰ বাক্‌হীনতাৰ শেষত এয়া এবাৰ/ পুনৰাই চিৰদিনলৈ জী উঠিছোঁ/ প্লীজ নতুনকৈ চিনাকী হ’বলৈ নাহিবা।)

কবি চন্দ্ৰমা কলিতা ৰঅনন্য প্ৰকাশ—

 

যদিও তুমি নপঢ়া

চন্দ্ৰমা কলিতা

 


 

হঠাৎ যেতিয়া এদিন
হেৰোৱা অনুভৱবিলাক সঁচা আছিল বুলি অনুভৱ কৰিবা
তেতিয়া আৰু ঘূৰি অহাৰ কথা নাভাবিবা

চাৰিআলিত ৰৈ মাত দিয়াৰ কথা মনলৈ নানিবা
বহু সেমেকা নিশাৰ বাক্‌হীনতাৰ শেষত এয়া এবাৰ
পুনৰাই চিৰদিনলৈ জী উঠিছোঁ
প্লীজ নতুনকৈ চিনাকী হ’বলৈ নাহিবা।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 years ago

Bhal lagil….

Copying is Prohibited!