কবিতা নিজম নিশা (- মধুস্মিতা দাস) September 14, 2013 0 Comments নিজম নিশা মধুস্মিতা দাস পতংগবোৰ বগাই ফুৰিছে মোৰ বুকুৰ মাজত ৰাখিছো মই সিহঁতক মোৰ বন্ধ কোঠাত আছে মাথো এক নিস্তব্ধ সংঘাত; নিজম নিশা সাৰে আছো মই নিদ্ৰা-তন্দ্ৰাৰ আলস্যক দমন কৰিI