ভালপোৱা : বিচিত্ৰ বৰদলৈ


কওঁ বুলি যদি ভাবিছাই
কিয় বুলিছা শব্দৰ আওহতীয়া বাট।
কওঁ বুলি যদি ভাবিছাই ভালপোৱাৰ কথা
কিয় নুবুজা
ওঁঠ নলৰাওঁতেই যে শুনা পাওঁ
তোমাৰ বুকুৰ সেই চিকুণ সেউজীয়া মাত…………

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!