ধান: হিমাংশু ভাগৱতী
ৰুবুলে কঠীয়া টানি উভালিছে, বান্ধিছে আৰু কঢ়িয়াই তৰালীৰ ওচৰত থৈ গৈ আছে৷
“ছোৱালী আৰু ধানৰ মাজত একো পাৰ্থক্য নাই” , তৰালীয়ে ৰুই ৰুই ভাবি থাকিল৷