দৈ পটল- গায়ত্ৰী ভট্টাচাৰ্য

প্ৰথমতে পটলখিনি দুফালকৈ কাটি লৈ নিমখ হালধি সানি তেলত ভাজি উঠাই থলোঁ৷ এতিয়া কেৰাহীত তেল গৰম কৰি তাত আদা নহৰু বটা, পিয়াজ, জলকীয়া গুৰি, ধনীয়া গুৰি, জীৰা গুৰি, নিমখ, হালধি দি ভালকৈ ভাজি লৈ তাত দৈখিনি দি অলপ ভাজি তাত অলপ গৰম পানী দি উতলাই পানী শুকুৱাই অলপ ঘিঁ আৰু গৰম মচলা দি নমাই থলোঁ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!