শাওণৰ স্নেপ – দেৱজিত শইকীয়া
বৰ্ষাৰ স্নেহাসিক্ত স্পৰ্শত………..
সুপ্ত হৈ থকা জীপাল সপোন এটাই
প্ৰাণ পাই শিপালে মাটিৰ বুকুত
গছে গছে আজি সুখৰ বতৰা……
অন্তঃসত্বা হ’ল
ভড়ালত ওলোমাই থোৱা সপোন এটা
আঘোণলে বাট চোৱাহে কথা
■■■
বৰ্ষাৰ স্নেহাসিক্ত স্পৰ্শত………..
সুপ্ত হৈ থকা জীপাল সপোন এটাই
প্ৰাণ পাই শিপালে মাটিৰ বুকুত
গছে গছে আজি সুখৰ বতৰা……
অন্তঃসত্বা হ’ল
ভড়ালত ওলোমাই থোৱা সপোন এটা
আঘোণলে বাট চোৱাহে কথা
■■■