টেটোন তামুলী শ্ৰৱ্য নাটক (Teton Tamuli Audio Drama)

অসমীয়াত কথা বতৰা গোটৰ উদ্যোগত প্ৰযোজনা কৰা শ্ৰৱ্য নাটক শিতানত এইবাৰ হাতত লোৱা হৈছিল, পদ্মনাথ গোহাঞিবৰুৱাৰ ‘টেটোন তামুলি’। এই শ্ৰৱ্য নাটকখনৰ পূৰ্ণাংগ ৰূপ আগবঢ়োৱা হ’ল।

বিভিন্ন চৰিত্ৰত:

টেটোনঃ প্ৰদ্যুৎজ্যোতি শইকীয়া (শিলচৰ, অসম)
ধনাইঃ ভগৎলাল দত্ত (পেৰিছ, ফ্ৰান্স)
মনাইঃ প্ৰতিম প্ৰতাপ বৰুৱা (নতুন দিল্লী)
চম্পাঃ ভণিতা নাথ (গুৱাহাটী)
ৰংদৈঃ মিতালী বৰ্মন (নতুন দিল্লী)
১ম চোৰঃ মনোজ মন (টাইৱান)
২য় চোৰঃ গুৰুগোবিন্দ বৰতামূলী (নতুন দিল্লী)
গৃহস্থঃ কৌশিক বৰা (লখিমপুৰ)
শোৱা-খোটালিৰপৰাঃ মিতালী বৰ্মন
হালোৱাঃ মঞ্জিল কোঁৱৰ (গুৱাহাটী)
পোহাৰীঃ মাধুৰিমা ঘৰফলীয়া (নতুন দিল্লী)
ৰজাঃ জ্যোতিপ্ৰকাশ নাথ (গুৱাহাটী)
ফুকনঃ স্যামন্ত কু. গোস্বামী (দক্ষিণ কোৰিয়া)
২য় হাটৰুৱাঃ ডাঃ উদ্দীপ তালুকদাৰ (বৰপেটা)
১ম হাটৰুৱাঃ পংকজ বৰা (নৰৱে)
গঞানীঃ ডাঃ বৰ্ণালী দেউৰী (নুমলীগড় শোধানাগাৰ)

সংগীত: ইন্দুকল্প শইকীয়া (চেন্নাই, তামিলনাদু)

গীতত কণ্ঠদান:
ভণিতা নাথ
মিতালী বৰ্মন
ইন্দুকল্প শইকীয়া

সংম্পাদনা আৰু সংযোজন: চাও দীপংকৰ বৰুৱা (তিনচুকীয়া)

সামগ্ৰিক পৰিকল্পনা: ডাঃ উদ্দীপ তালুকদাৰ

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
10 years ago

মন্ত্ৰমুগ্ধ হৈ এঘন্টা কটালোঁ। আপ্লুত হলোঁ। বৰ ভাল কাম হৈছে। সম্পাদনা সুন্দৰ। সংগীতত আৰু উন্নতিৰ থল থাকি গ’ল। কিন্তু অপেছাদাৰী প্ৰচেষ্টা হিচাপে অতি সুন্দৰ হৈছে। ভৱিষ্যতে আৰু আশা কৰিলোঁ।

Copying is Prohibited!