ৰহঘৰা -থিয়ৰি অৱ নবীন !(ডাঃ ভূপেন শইকীয়া)

১) পানী বচাওক – সোম ৰসপান কৰক

২) জীৱ জন্তুক ভাল পাওক – কাৰণ সেইবিলাক বৰ টেষ্টি

৩) ফলমূল আৰু পাচলি স্বাস্থ্যবৰ্দ্ধক – সেইবিলাক বেমাৰীয়ে খাবলৈ থওক

৪) কিতাপবিলাক হ’ল পবিত্ৰ গ্ৰন্থ – সেইবিলাক বেচিকৈ স্পৰ্শ নকৰিব

৫) শ্ৰেণীত হাই-উৰুমি নকৰিব – কাৰোবাৰ টোপনিত ব্যাঘাত জন্মিব পাৰে

৬) টকাই সকলো নহয়, আফটাৰ অল ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰো মূল্য আছে !

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!