মিনি কেক্… ( প্ৰীতম শৰ্মা বৰুৱা )

minicake

 

 

একাপ চুজি, একাপ ময়দা, একাপ চেনি, একাপ ৰিফাইন তেল, ডেৰ চামুচ বেকিং, আধা কাপ ৰুকা নাৰিকল এটা বহলমুখীয়া পাত্ৰত ভালদৰে মিহলি কৰি লওক৷ এইবাৰ একাপ গাখীৰ দি ভালকৈ মিশ্ৰণখিনি ফেটক৷ কুকাৰৰ ৰাবাৰডাল আৰু হুইছেলটো খুলি ইদলী ষ্টেণ্ডত মিশ্ৰণখিনি দি 20 মিনিটৰ কাৰণে গেছটো চিমত দিয়ক৷ ৷ ৷ মাগুৰ বৰণীয়া হ’লে নমাই থৈ গৰমে গৰমে চাহৰ লগত পৰিৱেশন কৰক

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Abbash
7 years ago

Good Morning guys

Copying is Prohibited!