পূৰঠ
লেখক- পূৰৱী কাকতী
শূন্যৰ পৰা পূৰঠ হোৱা মানুহবোৰ মাটিৰ দৰে
পলসুৱা…
শূন্যৰ পৰা পূৰঠ হোৱা মানুহবোৰ ঘাই শিপাৰ দৰে
কেতিয়াও উঘালি নপৰা
এটা মিঠা সাধুকথাৰ দৰে আয়ে কৈছিল
শূন্যৰ পৰা পূৰঠ হ’বলৈ সময়ৰ দৈৰ্ঘ্য কিমান…
এটা জীয়া সপোনে যেতিয়ালৈকে শুবলৈ নিদিয়ে
সিমান…।
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
