স্তৱক

লেখক- পূৰৱী কাকতী

পুৱা

——-

 

এন্ধাৰ নাশি তুমি অহাৰ বাটেৰেই 

 

জীৱনৰ বাট কাটে… । 

 

দুপৰ

——–

 

ছাঁটো বিচাৰি ফুৰিছোঁ মোৰ

নিস্তব্ধ পথটোত শালিকীহালেও ঠোঁট মেলি ঘূৰি ফুৰা দেখিছোঁ… 

 

সন্ধ্যা

——–

 

পোহৰবোৰো ইমান ভয়াতুৰ! ফৰিংচিটিকা দিয়ে

 

এন্ধাৰে সিংহাসনত বহাৰ যো-জা কৰোঁতেই…। 



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments