তুমি মমতাজ হ’ব নোৱাৰা কিম্বা জুলিয়েট কিম্বা লাইলা ( – প্রদ্যুৎ জ্যোতি শইকীয়া )

তুমি নাথাকিলেই কেতিয়াবা উন্মাদ হৈ যাওঁ সাঁতুৰিব খোজোঁ তোমাৰ প্ৰেমৰ সাগৰত বিচাৰোঁ সুখৰ দুটি এটি মুকুতা । তুমিও মেলি দিয়া

Read more

হৃদয় নগৰী (মূল: নন্দিতা ভট্টাচাৰ্য) (অনুবাদ: মনোহৰ দত্ত)

হৃদয় নগৰী –      মূল: নন্দিতা ভট্টাচাৰ্য –      অনুবাদ: মনোহৰ দত্ত ধূসৰিত পানবজাৰ অভাৰ ব্ৰীজ, ভৰলুমুখ, দিপৰ বিল কাৰ্বি গাঁও, গোৱালপৰীয়া

Read more

সম্পাদকীয় (মনোৰঞ্জন মজুমদাৰ – মুখ্য সম্পাদক, ১৫ অক্টোবৰ,২০১১ সংখ্যা )

সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে সুন্দৰৰ মন্ত্ৰ লৈ আমাৰ পদূলিলৈ আকৌ আহিল শাৰদীৰাণী ৷

Read more

কিছুমান অসমীয়া প্ৰবাদ-বাক্য আৰু ফকৰা-যোজনা

কিছুমান অসমীয়া প্ৰবাদ-বাক্য আৰু ফকৰা-যোজনা ভিন্নস্বাদ সংগ্ৰাহক আৰু মূল কিতাপৰ ইউনিক’ড ৰূপান্তৰ: অঞ্জল বৰা (বানান আৰু ভাষাৰ ক্ষেত্ৰত মূল পুথিখনৰ দৰেই

Read more

অঙ্কীয়া নাট: এক পৰিচয়মূলক টোকা

-মানস-প্ৰতীম নেওগ খ্ৰীষ্টিয় পঞ্চদশ শতিকাৰ দ্বিতীয়ভাগত, অসমৰ বৈষ্ণ‌ৱ আন্দোলনৰ কাণ্ডাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱৰ দ্বাৰা প্ৰ‌ৱৰ্তিত ধৰ্মীয় তথা জনপ্ৰিয় মণোৰঞ্জণৰ মাধ্যম

Read more

এনৰেগা

–প্ৰণৱজ্যোতি দাস কালৰো কাল বিপৰীত কাল এনৰেগাৰ কোৰোণাত মহাত্মা নাল। এম.অ’.আৰ.ডিয়ে শপত লয় লৈ পিতাৰ নাম সকলোকে দিম এইবাৰ ১০০

Read more

শৰৎ

-মিতালী বর্মন   শৰৎ— তুমি বিলাই যোৱা শাৰদী জোনাক তাতেই ৰচিব মধুচন্দ্রিকা আমাৰ হেঁপাহবোৰে সুৰুয উঠাৰ আগতে…  

Read more

হিতেন শৰ্ম্মাৰ দিনলিপি – (৩)

হিতেন শৰ্ম্মাৰ দিনলিপি – ৩ -ধ্ৰুৱজ্যোতি শৰ্মা   (“যাত্রা পথৰ কাহিনী” ভাগকে নাম সলাই “হিতেন শর্মাৰ দিনলিপি” কৰা হ’ল) ’অনুগ্ৰহ কৰি আপোনাৰ

Read more

ডায়েৰীৰ পাত লুটিয়াই…‘কামৰূপা’ — অনুভৱৰ এটি পৃষ্ঠা…(৪ আৰু ৫) )

-মিতালী বৰ্মন (৪) কাৰোবাৰ ঘৰৰ পৰা পার্চেল আহিলে এটা সৰু-সুৰা উৎসৱেই হয় কামৰূপাত । ফূর্তিত তৎ নাইকিয়া হয় । আমি

Read more

শৰৎ

-বর্ণালী দেউৰী খিড়িকী মেলিয়েই চুই চাঁও মই শেৱালীৰ দোকমোকালি পুৱা ভৰিৰ পতাত সানি লওঁ দুবৰিৰ নিয়ৰৰ দলিচা জাক পখীৰ কলৰবেৰে

Read more

এখন নৈ আৰু শাৰদীজ্যোস্না (কথা-কবিতা)

-কৌশিক বৰা   আন কোনেও নুশুনিলেও অন্তঃত নৈখনে শুনিছিল আমাৰ কথাবোৰ…… আন কোনেও নেদেখিলেও অন্তঃত নৈৰ পাৰৰকঁহুৱাডৰাই দেখিছিল তোমাৰ সেন্দুৰীয়া গালত মোৰ প্ৰতিটো চুমা…….. এতিয়াও পাওঁ তোমাৰ স্পৰ্শ নৈপৰীয়া বালিবোৰত…….. অ’ মোৰ বুকুৰ শাৰদীজ্যোস্না, তোমাৰ মনত আছেনে? বিলীন হব খুজিছিল যিদৰে দগমগীয়া ৰঙা বেলিটো.. জিলিকি জিলিকি নৈৰ বুকুত বিলীন হব খুজিছিল সেইখনি নৈত… তোমাৰ মোৰ প্ৰেমৰো নৈখন.. যেন বৈ যাব একেলগে… ক’ৰবালৈ… …………. এতিয়াও বয় দুয়োখনি নৈ…. কিন্তু একেলগে নহয়… আমাৰ প্ৰেমৰ নৈয়ে সুঁতি সলালে…. এতিয়া সেই নৈ আৰু এই নৈৰ মাজত এক বিশাল দূৰত্ব….. ..এতিয়াও দেখো নৈৰ বুকুত জিলিকি থকা দগমগীয়া ৰঙা বেলিটো… কিন্তু !!!! তাতকৈও এটি ৰঙা বেলি দেখোন তোমাৰ কপালত… তোমাক ঊষা সাজি কোন অণিৰুদ্ধই আঁকি দিছে , শাৰদীজ্যোস্না…??? … নৈৰ বুকুত আমি দেখা ৰঙা বেলিটোতকৈও ৰঙাকৈ…… ঠিকেই !! আমাৰ নৈখনিৰ পানীয়ে তোমাক আমুৱালে… বিশ্বাসত ল’ব নোৱাৰা হ’লা নৈখনক…… কি দোষ কৰিছিল নৈখনে??? বেচেৰা নৈখনে যে এতিয়া কান্দিলেও তুমি নেদেখা…….

Read more

‎বাঁহী

-ৰসানন্দ গগৈ উভতি চালেই চকুলো সৰে ধাৰাসাৰে, হেঁপাহৰ টুকুৰাবোৰ সিঁচৰতি হৈ পৰি আছে অ’ত-ত’ত, কুচিমুচি জুপুকা লাগি আছে সোঁৱৰণি !

Read more

মৰহুম জোনাক

-শান্তনু চাংমাই বতাহত হেৰাই থাকিল গোলাপৰ গোন্ধ এতিয়া মাথোন থুপথুপীয়া কজলা তেজৰ ৰূপকথা বাগৰি ফুৰে সকলোতে পকনীয়াত লুকাই গ’ল মত্স্যগন্ধাৰ

Read more

অন্তহীন

–উচ্চজিৎ কলিতা নৈখনৰ এটা সপোন আছিল আৰু সেই স্বপ্নৰ দুচকুত কাজল সানি পলাই গৈছিল এজনী গঙা-চিলনী, সেই সপোনৰ বুকুতে আছিল

Read more

এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি?

-হৃষীৰাজ শৰ্মা এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি? বিৰহৰ দুপৰীয়াৰ সি বিৰক্ত মৰুভূমি এতিয়া তোমাৰ হাঁহিত গান হোৱাৰ প্ৰয়োজন

Read more

ঘৰ-সংসাৰ-১২ (প্ৰদ্যুৎজ্যোতি শইকীয়া)

  এই কেইদিন আমাৰ বদৰপুৰত তামাম বৰষুণ| আমাৰ পিছফালৰ পুখুৰীটোৰ পাৰত ভেকুলীমখাৰ টোৰটোৰকৈ RA-ONE চিনেমাত গোৱা “একন”ৰ ক্ৰিমিনেল গানটোৰ  কৃপাতেই

Read more

ঘৰ-সংসাৰ ১০ (প্ৰদ্যুত জ্যোতি শইকীয়া)

মোৰ আকৌ শ্ৰীমতীৰ ঘৰৰ মানুহৰ লগত বৰ মিলামিছা হোৱা নাছিল|তাতে শ্ৰীমতীৰ বাপেক ৰঙা টুপীৰ ডিপাৰ্টমেণ্টৰ মানুহ|বিয়া পতাৰ পাছত মিতিৰ হোৱাই

Read more

নীলাখামৰ চিঠি–(সুস্মিতা বৰা)

প্ৰিয় শৰৎ, বৰষাৰ শেষতে তোমালৈ পঠোৱা চিঠিখনৰ উত্তৰৰ সলনি তুমিয়েই আহিলা চোন! বৰষুণৰ পানীৰে পৰিপূৰ্ণ চোতালত কাগজৰ নাও সাজি উটুৱাই

Read more

এক অনবদ্য সৃষ্টিৰ পঠন অভিজ্ঞতা(দ্য ভিন্সি ক’ড)–[সুস্মিতা বৰা]

দ্য ভিন্সি ক’ড লেখক- ডেন ব্ৰাউন প্ৰকাশক- Doubleday Group (United States) ইংৰাজী উপন্যাস সাহিত্যলৈ এক অনন্য ধাৰা বোৱাই অনা আমেৰিকান

Read more

গজপুৰীয়াৰ পৃথিৱী ভ্ৰমণ (মৃণাল জ্যোতি গোস্বামী)

আগকথাঃ গজপুৰীয়া বুলিলে সকলোৱে চিনি পায়৷ পিতৃপ্ৰদত্ত নামটো পিছে কি আছিল মানুহবোৰে পাহৰিলে৷ নামৰ পিছফালে থকা উপাধি নামৰ টুকুৰাটোৰ কথাও

Read more

উৎকোচ দিয়াৰ পাছত শ্রদ্ধাৰ ভাৱ আৰু নাথাকে(বিপুল কুমাৰ ৰাভা)

কিছুমান কাৰ্যালয়ত সংশ্লিষ্ট বিষয়াজনক উৎকোচ নিদিলে চহী এটাৰ বাবে বহুত দিন, বহুত মাহ বাদ চাব লগা হয়। ‘মোৰ কামটো কৰি

Read more

অমৰনাথ যাত্ৰাঃ অমৰ তীৰ্থৰ অমৰ গাঁথা (মূল লেখিকা– ইলা ৰাজখোৱা)

সঘনাই আৰু বাৰম্বাৰ হোৱা অভিজ্ঞতাৰ ভিত্তিত তীৰ্থ দেৱতাৰ ইচ্ছা আৰু দয়াৰ অবিহনে তীৰ্থ দৰ্শন অসম্ভৱ বোলা ভক্তপ্ৰিয় সত্য কথাষাৰ নিজেও

Read more

জনজাতি সকলৰ শিক্ষাকেন্দ্র : ডেকা চাং (লিখক-অৰূপজ্যোতি বৰা)

পৃথিৱীৰ প্রায়বিলাক জনজাতিৰ সমাজ জীৱনত ডেকা চাং দেখিবলৈ পোৱা যায় । ডেকা চাং বিলাক জনজাতি সকলৰ প্রধান শিক্ষাকেন্দ্র । এই

Read more

আত্মা আৰু মৃত্যু—(লিখক-দুলাল বৰু‌ৱা)

আত্মা হৈছে সৃষ্টিকৰ্তাৰ সৃষ্ট আধ্যাত্মিক অস্তিত্ব|আধ্যাত্মিক জগততহে আত্মাৰ উৎপত্তি আৰু ই ভৌতিক জগতৰ উৰ্দ্ধত বিৰাজ কৰে|আত্মাই কেতিয়াও শৰীৰত প্ৰবেশ নকৰে

Read more

জনজাতি সকলৰ লোকগীতত প্রেম-প্রীতি (লিখক: অৰূপজ্যোতি বৰা)

অসমৰ চাৰিওদিশে পাহাৰে ভৈয়ামে বিভিন্ন জনজাতিয়ে বসবাস কৰি আহিছে। এওঁলোকৰ এফালে তিৰ্ব্বতবৰ্মীয় তাই ভাষা-ভাষী আৰু আনফালে অসমীয়া ভাষা-ভাষী । প্রধানকৈ

Read more

সুন্দৰ উপহাৰ!(মূল উত্স-Akramulla Syed, অনুবাদ- অঞ্জল বৰা )

…………………………….. কলেজত পঢ়ি থকা ল’ৰা এটাৰ স্নাতক চূড়ান্ত বৰ্ষৰ ফলাফল ওলোৱাৰ সময়ৰ কথা৷ ল’ৰাটোৱে বহু দিনৰ পৰাই গাড়ীৰ ডিলাৰত গৈ

Read more

যি আপোনাক ভাল পায়, তেওঁৰ বাবে আপুনি সদায় মূল্য‌ৱান(মূল উত্স-Akramulla Syed, অনুবাদ- অঞ্জল বৰা )

……………………………………………………….. এজন জনপ্ৰিয় বক্তাই এদিন হাতত ১০০ টকাৰ নোট এখন লৈ তেওঁৰ বক্তৃতা আৰম্ভ কৰিলে৷ কোঠাটোত থকা ২০০ জন ব্যক্তিক

Read more

বিষণ্ণ মালিতা     [মুল:এজৰা পাউণ্ড (ইংৰাজী) অসমীয়াঃ মধুছন্দা চলিহা ভূঞা ]

ঈশ্বৰেও খেলে শত্ৰুৰ চাল ঢালৰ আঁৰত লুকাই লুকাই ৷ এটি শিশুৰ কামনাৰে বিচাৰিলো আলিঙ্গনৰ কোলা ক্ষন্তেক নিদ্ৰাৰ হেতু, দাসীৰ প্ৰেমেৰে

Read more

বদান্যতা (মূল উত্স-Akranmulla Syed অনুবাদ- অঞ্জল বৰা )

………… মহাত্মা গান্ধীয়ে Charkha Sangha-ৰ কাৰণে বিভিন্ন গাঁৱে গাঁৱে, চহৰে চহৰে বৰঙণি সংগ্ৰহৰ কাৰণে ঘূৰি ফুৰিছিল৷ তেনেকৈ ঘূৰি ফুৰোঁতে তেওঁ

Read more

ফুল (মূল বাংলা : শৰৎ কুমাৰ মুখোপাধ্যায়/ অনুবাদ : মনোহৰ দত্ত )

… মেদিনীপুৰত ফুলৰ খেতি হয়| তাৰ পৰা গোলাপ, ৰজনীগন্ধা, বেলিফুল ভৰ্তি ট্ৰাকেৰে কলকাতালৈ আহে মালা গাঁথা হয়, তোৰা বনোৱা হয়,

Read more

মাতৃভাষা, আদৰ আৰু অনাদৰ ইত্যাদি—( হৃষীৰাজ শৰ্মা )

আক্ষেপ সদায়েই কৰোঁ, কৰিমেই| সুৰেণ চাৰৰ এচাৰিৰ কোব খাই বৃত্তি লৈছিলোঁ| শুদ্ধকৈ বানান লিখিব নোৱাৰিলে আইয়ে ঘৰৰ বাহিৰত উলিয়াই থৈ

Read more

কৰ্কট ৰোগ আৰু ইয়াৰ বিকল্প চিকিত্‍সা (ডা. বৰ্ণালী দেউৰী)

সাম্প্ৰতিক সময়ত কৰ্কট ৰোগৰ বিকল্প চিকিত্‍সা সম্পৰ্কে যথেষ্ট আলোচনা আৰু বিতৰ্কৰ সৄষ্টি হৈছে। ই জনসাধাৰণৰ মাজত উত্‍সুকতাৰ লগতে আশাৰো সঞ্চাৰ

Read more

“বানাও বানাও বানাও বানাও বানাও বানাও বানাও, ৰাইট ন্যাও” (banao banao banao banao banao banao banao, right now) – মিতালী বৰ্মণ

আজি-কালি আমি সকলোৱে সব ‘বনাও’ ৷ বনাইছোঁহে বনাইছোঁ, কিন্তু তাৰ লগে লগে আমাৰ মৰমৰ কিমান যে স্বকীয় ‘ক্ৰিয়া’ পাহৰি গৈছোঁ

Read more

এপিয়লা গৰম চাহ আৰু আড্ডা প্রসংগ : বৰষুণ (মিতালী বৰ্মণ)

যোৱা কিছুদিনৰ পৰা দিল্লী চহৰলৈ নামি আহিছে বৰুণদেৱৰ আর্শীবাদ । ২০০৫ চনত প্রথমবাৰৰ বাবে দিল্লীলৈ আহি দেউতাৰ লগত জয়পুৰলৈ ফুৰিবলৈ

Read more

অসমৰ পৰা অস্কাৰ বিজয়ী অভিনেত্ৰী !! (ভাস্কৰ গগৈ)

কোনোবাই “ড৹ঝিভাগো’’(doctor zhivago) নামৰ চিনেমাখন চাইছেনে ? নাইবা ব্ৰেড পীট অভিনীত “ট্ৰ’য়’’(Troy) ছবিখন ? তাত ব্ৰেড পীটৰ মাকৰ চৰিত্ৰত অভিনয়

Read more

সেই শিলিখা গছ জোপা (যামিনী অনুৰাগ)

তেতিয়া ম‍ই সম্ভৱতঃ তৃতীয় বা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ । বন বিভাগৰ সামাজিক বনানিকৰণ আচনিৰ অধীনত তেতিয়া প্ৰায়েই বিনামূলীয়াকৈ গছপুলি বিতৰণ

Read more

আমাৰ নামঘৰ-মন্দিৰ (পাৰ্থ প. শৰ্মা)

কালি (দেওবাৰে) ৰাতিপুৱা এটা গুৰুদ্বাৰলৈ গৈছিলোঁ৷আগতেও কেতিয়াবা যাওঁ৷ প্ৰাৰ্থনা, ধৰ্মতত্ব বাখ্যা, ভজন আদিৰ অন্তত তাত সমূহীয়া ভোজন এটা হয়৷মোৰ আকৰ্ষণৰ

Read more

সোৱণশিৰি লৈ মনত পৰে (মৃদুল মজিন্দাৰ বৰুৱা)

সোৱণশিৰিৰ নৈপৰীয়া গাভৰু আছিল তাই…..! সোৱণশিৰিৰ বালিত যেতিয়া তাই সোণ বাচিছিল.. নাৱৰীয়াবিলাকৰ চকু থৰ হৈছিল তাইৰ.. পুৰঠ কলাফুলত…..!! জংকীৰ দেশৰ

Read more

নিৰ্বাচিত কথা-বতৰা (২)

দিহিঙে-দিপাঙে আগন্তুক: ১. নাৰেঙ্গী আ: সাহিত্য সভাৰ উদ্যোগত শঙ্কৰ-মাধৱ জাতীয় বিদ্যালয়, বীৰকুছিত অহা ২৫ চেপ্তেম্বৰ তাৰিখে দিনৰ ১০ বজাৰ পৰা

Read more

প্ৰদ্যুতজ্যোতি শ‍ইকীয়াৰ ঘৰ-সংসাৰ (২)

ঘৰ-সংসাৰ ৮ এতিয়া এখোজ ওলাব নোৱাৰা অৱস্থা হৈছে, যেন মহে কণী পৰা পানী ডোঙাহে,একেখিনিতে অত্যাচাৰ|আগতে শ্ৰীমতীক ফঁচাই ফিল্টাৰ এটা উলিয়াইছিলোঁ

Read more

মিতালী বৰ্মনৰ ডায়েৰীৰ পাত লুটিয়াই…‘কামৰূপা’ —- অনুভৱৰ এটি পৃষ্ঠা (২)

  (২) “সন্ধ্যা যেতিয়া নামে, জিলমিলাই কাঁচি জোনে আইলৈ মনত পৰে পখী যেতিয়া বাহলৈ আহে, অৱসাদে আৱৰি ধৰে আইলৈ মনত

Read more

প্ৰিয়তমালৈ এখন চিঠি (প্ৰদ্যুত জ্যোতি শ‍ইকীয়া)

দিনাংক:-ইং ২০/০৮/২০১১ শ্ৰীগৌৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰ কৰিমগঞ্জ মৰমৰ মৌচুমী, মৰমবোৰ ল’বি৷ আজিকালি দেখোন মোৰ ব্যস্ততাই তোলৈ এখন চিঠি এখন লিখিবলৈও

Read more

তেওঁলোকলৈ এখন চিঠি (ধীৰাজ কলিতা)

১৫ আগষ্ট, ২০১১ শ্ৰদ্ধাৰ শ্বহীদবৄন্দ সেৱা ল’ব৷ ডাক ব্যৱস্থা আপোনালোকৰ দিনত্কৈও অধিক লেহেমীয়া হোৱা হেতু পত্ৰখন পাওতে দিনচেৰেক পলম হ’ব

Read more

এটা পুৰস্কাৰ আৰু এখন চিঠি (অৰুণজ্যোতি দাস)

প্ৰিয় ভ‌ৱিতা দাস সমীপেষু, নমস্কাৰ! প্ৰীতি সম্ভাষণ গ্ৰহণ কৰিব ।আশা কৰোঁ, নেদেখাজনে আপোনাক কুশলে ৰাখিছে । এই কথা জানি আপোনাৰ

Read more

প্ৰেমৰ লিমাৰিক (নয়নজ্যোতি শইকীয়া)

(১)প্ৰেমিকাঃ ৰুজ-মাস্কাৰা ঠিকেই আছে,চেহ ৰ’দতহে ক’লা হ’ব। ড্ৰেছ আজি দীঘল হ’ল নেকি,চুটি হ’লেহে হট্ হ’ব। থাৰ্ড-ক্লাছ ল’ৰাবোৰ ইম্মান দুষ্ট, চিঞৰি

Read more

বনলতা সেন (মূল উৎস-বাংলা কবি জীৱনানন্দ দাসৰ একে নামৰ কবিতা; অনুবাদ-মধুচন্দা চলিহা ভুঞা)

হাজাৰ বছৰ ধৰি মই বাট বুলিছোঁ পৃথিৱীৰ পথত, সিংহল সমুদ্ৰৰ পৰা ঘন অন্ধকাৰৰ মালয় সাগৰত অনেক ঘূৰিছোঁ মই; বিম্বাসাৰ, অশোকৰ

Read more

সন্তান (মূল উৎস-খলিল জিব্ৰানৰ The Prophet; অনুবাদ-পাৰ্থ প. শৰ্মা)

সন্তানঃ বুকুত শিশু এটা লৈ থকা মহিলা এগৰাকীয়ে ক’লেঃ আমাক আমাৰ সন্তান বিলাকৰ বিষয়ে কিবা কওক৷ অৱতাৰী পুৰুষে ক’লেঃ তোমালোকৰ

Read more

দেশ সেৱক (মূল উৎস-মুঞ্চী প্ৰেমচান্দৰ A Servant of the Nation; অনুবাদ-পাৰ্থ প. শৰ্মা)

দেশ সেৱকঃ দেশ সেৱক জনে ক’লেঃ ‘দেশৰ নাগৰিকৰ মাজত জাত পাতৰ বাবে হোৱা বিভাজনৰ ক্ষতিপূৰণৰ উপায় এটাই- তল শ্ৰেণীৰ মানুহ

Read more

অসমীয়া লিপিৰ বাবে ইউনিকোডত সুকীয়া rangeৰ যুক্তিযুক্ততা আছেনে ? (বনজিৎ পাঠক)

ইউনিকোড কি ইয়াৰ প্ৰয়োজনীয়াত আৰু ইয়াৰ ভবিষ্যতে হ’ব পৰা উপযোগীতাৰ বিষয়ে ইতি মধ্যে আমি বুজিলোঁ যে কোনো ভাষাৰ প্ৰসাৰৰ বাবে

Read more

ইউনিকোড কি আৰু ইউনিকোড বিতৰ্কৰ ৰূপ-ৰেখা (উদ্দীপ তালুকদাৰ)

(এইখন লিখিছিলোঁ বাতৰি-কাকতলৈ পঠিয়াম বুলি পূব নাগৰী-ক লৈ এই গোটত হোৱা আলোচনাৰ আগতেই। গতিকে বিতৰ্কৰ কথাবিলাক অলপ পুৰণি হৈ গ’ল,

Read more

শিক্ষক দিৱসঃ পবিত্ৰ দিনৰ অপবিত্ৰ চিন্তা (পাৰ্থ প. শৰ্মা)

আজিৰ (৫/০৯/২০১১) আমাৰ অসম কাকতত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষকসকলৰ পৰা সমাজৰ প্ৰত্যাশা সম্পৰ্কে কিছুমান হয় বুলিব লগীয়া কথা লিখিছিল৷তাৰ লগতে

Read more

কবীন ফুকনঃ শিক্ষক অনন্য (পাৰ্থ প. শৰ্মা)

(শিক্ষক দিৱস উপলক্ষে কবীন ফুকন ছাৰলৈ শ্ৰদ্ধাঞ্জলী সহ) কুৰি শতিকাৰ সত্তৰৰ দশকৰ পৰা একৈশ শতিকাৰ প্ৰথম দশকৰ মাজভাগমানলৈকে অসমৰ ৰাজ্যিক

Read more

ভ্ৰাম্যমানত ভাল নাটক? (উদ্দীপ তালুকদাৰ)

আজি ভ্ৰাম্যমান থিয়েটাৰৰ নাটক এখন চালোঁ। কি নাটক সেইটো এই আলোচনাৰ বিষয় নহয় বাবে, নামটো নকওঁ। প্ৰথম দৰ্শনী দৰ্শকেৰে পৰিপূৰ্ণ।

Read more

আই এম এগেইনষ্ট কৰাপ্‌চন (পল্লৱপ্রাণ গোস্বামী)

মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা ভাৰতৰ স্বাধীনতা সংগ্ৰামে অন্ততঃ দুটা ধাৰণাৰ ধ্ৰুৱকতাক পৰিস্ফুট কৰিছিল— অহিংসা আৰু সত্যাগ্ৰহ। ভাৰতবৰ্ষত এই দুটা

Read more

স্বাধীনতা, অধিকাৰ আৰু সাম্প্ৰতিক সময় (অঞ্জল বৰা)

ভাৰতবৰ্ষৰ ইতিহাসত ১৯৪৭ চনৰ ১৫ আগষ্ট ভাৰতীয় জাতীয় সংগ্ৰামৰ এটা সোণালী দিন৷  ১৬১৭ চন মানতে মোগল সম্ৰাট জাহাঙ্গীৰৰ অনুমতি সাপেক্ষে

Read more

মোল্লাজীৰ দাড়ি (প্রদ্যুৎ জ্যোতি শইকীয়া)

তীব্ৰ গতিত আহি আছে অসম চৰকাৰৰ অৱদান,ৰাইজৰ পদূলিলৈ, ডাক্টৰবোৰৰ কাৰণে মুৰৰ কামোৰনি, “মৄতুঞ্জয়”, 108 সেৱাৰ চুপাৰ ফাষ্ট বাহন খন| গন্তব্য

Read more

লিতিকাই পুৰাণ (মনোৰঞ্জন মজুমদাৰ)

যোগেন চিৰস্তাদাৰৰ পুতেক ৰমেনৰ কথানো কি ক’ম আৰু? দেউতাকৰ পুৰণা প্ৰকাণ্ড ৰাজদূত মটৰচাইকেলখন যেতিয়া আলিয়েদি ৰমেনে চলাই যায়, তেতিয়া অঞ্চলটোৰ

Read more

সম্পাদকীয় (মনোজ মন কলিতা – মুখ্য সম্পাদক, ১৫ আগষ্ট, ২০১১ সংখ্যা)

সম্পাদকীয় ফেচবুক ফেচবুক ফেচবুক… অসমত এতিয়া ডেকা-গাভৰু, কিশোৰ-কিশোৰী, বয়োজেষ্ঠ সকলো ব্যস্ত এই ফেচবুকৰ মায়াজালত আত্মসমৰ্পন কৰাত । ফেচবুক কি , ইয়াৰ ইতিহাস

Read more

আপোনালোক কোনে কোনে নিজৰ ল‍‌'ৰা ছোৱালীক অসমীয়া বিদ্যালয়ত পঢ়ুৱাব ? (পংকজ বৰা)

(আজি কিছুদিন ধৰি ইন্টাৰনেট, ফে’চবুক আদি কেতবোৰ নতুন শব্দই তুলনামূলক ভাৱে প্ৰযুক্তিগত দিশত পিছপৰা বুলি গণ্য কৰি অহা অসমৰ গা

Read more

আপোনালোক কোনে কোনে নিজৰ ল‍‌’ৰা ছোৱালীক অসমীয়া বিদ্যালয়ত পঢ়ুৱাব ? (পংকজ বৰা)

(আজি কিছুদিন ধৰি ইন্টাৰনেট, ফে’চবুক আদি কেতবোৰ নতুন শব্দই তুলনামূলক ভাৱে প্ৰযুক্তিগত দিশত পিছপৰা বুলি গণ্য কৰি অহা অসমৰ গা

Read more

প্ৰদ্যুতজ্যোতি শ‍ইকীয়াৰ ঘৰ-সংসাৰ (১)

ঘৰ-সংসাৰ ১ ৰাতিপুৱা শুই উঠিয়েই ব্ৰাচদাল মুখত ভৰাই ৰাতি নতুনকৈ শুনা “মাৰ্দাৰ ২”ৰ গানতো গুন গুনাই স্নানাগাৰৰ ফালে আগবাঢ়িছো|”দিল ৰুক

Read more

আপুনি খাৰ খাই ভাল পাই নেকি? (বৰ্ণালী দেউৰী)

আপুনি  খাৰ  খাই  ভাল  পাই  নেকি  ? বৰ্ণালী দেউৰী পৄথিৱীত দেখা পোৱা কৰ্কট ৰোগ সমুহৰ ভিতৰত, পৰিসংখা অনুসৰি  ইচোফেগাচৰ  কৰ্কট

Read more

ৰোগ মানে কি? (উদ্দীপ তালুকদাৰ)

ৰোগ মানে কি? উদ্দীপ তালুকদাৰ প্ৰথম দৃষ্টিত প্ৰশ্নটো অবান্তৰ যেন লগাটোৱেই স্বাভাৱিক। কিন্তু চিকিৎসা বিজ্ঞানত এইটো এটা জটিল প্ৰশ্ন। আনকি

Read more

জীৱনৰ ভগ্নাংশ-১ (মৃণালজ্যোতি গোস্বামী)

জীৱনৰ ভগ্নাংশ -১   কোঠালিটোৰ দুৱাৰখন খুলিয়েই চকুত পৰিল বেৰত থকা এখন পেইণ্টিং, শান্ত-সমাহিত ৰূপত থকা অমিতাভ৷ লেপটপ খুলি দুজন

Read more

‎পাথৰৰ নগৰীত দৈনন্দিন—-খেলিমেলি কিবাকিবি (চন্দন চিৰিং ফুকন)

‎হুলস্থূল, টেৰটেৰীয়া চিঞৰ-বাখৰ, গাড়ী-মটৰৰ ভিৰ, গুপগুপাই থকা এজাক মানুহ……মূল চহৰৰ ফালে ওলাই আহিলেই উশাহ নোপোৱা এক হেঁচামৰা অৱস্থা। কিজানি প্রতিটো

Read more

এশ বেপাৰীৰ বেপাৰ আৰু গণৰাজ্যৰ যুগ-সন্ধি (অজয় লাল দত্ত)

এতিয়া এনে কুটিল সময়ৰ সন্ধি-ক্ষণেদি আমি গতি কৰিছো যে গান্ধীৰ দেশত সকলোতকৈ দৰিদ্ৰ জনৰ কথা আমি বাৰে বাৰে আওকান কৰিছো৷

Read more

আপুনি যন্ত্ৰ হ’ব বিচাৰে নেকি ??? (সুস্মিতা বৰা)

বৰ্তমানৰ আধুনিক সমাজত সকলোৰে মাজত যন্ত্ৰ হোৱাৰ প্ৰৱণতাই গা কৰি উঠা দেখা গৈছে ৷ যদিহে বৰ্তমানৰ পৃথিৱীখনৰ সৈতে তাল মিলাই

Read more

"মহোহো" [ধীৰাজ কলিতা (ছিংগাপুৰ)]

অসমৰ বাৰেবৰণীয়া লোক সংস্কৄতিৰ ভিতৰত নামনি অসমৰ “মহোহো” সংস্কৃতিও বিশেষ ভাৱে উল্লেখনীয় |মহোহো ঠাই বিশেষে মহখুন্দা বা গোৱালপাৰা জিলাৰ কিছু

Read more

“মহোহো” [ধীৰাজ কলিতা (ছিংগাপুৰ)]

অসমৰ বাৰেবৰণীয়া লোক সংস্কৄতিৰ ভিতৰত নামনি অসমৰ “মহোহো” সংস্কৃতিও বিশেষ ভাৱে উল্লেখনীয় |মহোহো ঠাই বিশেষে মহখুন্দা বা গোৱালপাৰা জিলাৰ কিছু

Read more

এটা ল’ৰা আৰু এজোপা আপেল গছ (মূল উত্স-Akramulla Syed অনুবাদ- অঞ্জল বৰা)

এখন গাঁৱত এজোপা অতি ডাঙৰ আপেল গছ আছিল৷ এটা সৰু ল’ৰাই সেই গছজোপাৰ মৰমতে সদায় তাৰ তলত খেলিবলৈ আহিছিল৷ ল’ৰাটোৱে

Read more

তুমি ক’ব বিচৰা কথাত সদায় সাৱধান হ’বা! (মূল উত্স-Akramulla Syed, অনুবাদ- অঞ্জল বৰা)

তুমি ক‘ব বিচৰা কথাত সদায় সাৱধান হ‘বা! এটা অতি খঙাল সৰু ল’ৰা আছিল৷ তাৰ খং দেখি দেউতাকে তাক গজালেৰে ভৰ্তি

Read more

লিখিব পৰা হ'লে……… (ধ্রুৱজ্যোতি শর্মা)

লিখিব পৰা হ‘লে……… ধ্রুৱজ্যোতি শর্মা লিখিব পৰা হ’লে লিখি গ’লোঁহেঁতেন যাত্রাৰ বৈচিত্রতাৰ কথা ক’ব পৰা হ’লে কৈ গ’লোঁহেঁতেন বুকুৰ অনুচ্চ

Read more

লিখিব পৰা হ’লে……… (ধ্রুৱজ্যোতি শর্মা)

লিখিব পৰা হ‘লে……… ধ্রুৱজ্যোতি শর্মা লিখিব পৰা হ’লে লিখি গ’লোঁহেঁতেন যাত্রাৰ বৈচিত্রতাৰ কথা ক’ব পৰা হ’লে কৈ গ’লোঁহেঁতেন বুকুৰ অনুচ্চ

Read more

প্রেম স্তপেজত তিনিটা বসন্ত (বুবুল কলিতা)

প্রেম স্তপেজত তিনিটা বসন্ত বুবুল কলিতা সময়টো সন্ধিয়া আছিল নেকি স্তপেজত যাত্রী নাছিল কোনো মাথো বিশ্বাসৰ পিছে পিছে প্রেম তন্দ্রা

Read more

জীৱন পথৰ বাধা

বহু বছৰৰ আগতে এজন ৰজাই তেওঁৰ পাত্ৰ-মন্ত্ৰীৰ সৈতে ৰাজ্য ভ্ৰমণ কৰিবলৈ গৈছিল৷ তেওঁ বহুদূৰ ভ্ৰমণ কৰাৰ পিছত এঠাইত দেখিলে এটা

Read more

অফিচ-কাছাৰী : অসম আৰু জাৰ্মানী

চৈতন্য ভৰদ্বাজ —————————- “আপুনি কাইলৈ আহক, ফাইলটোত চহী হোৱা নাই |”, কি কৰিবহে বহুত কাম, আপোনাৰ ফাইলটো চাব‍ই পৰা নাই, আপুনি কাইলৈ এপাক মাৰিব |” “ম‍ই ফাইলটো পঠিয়াইছোঁ, ছাৰে চহী কৰা নাই, আপুনি এসপ্তাহ পিছত খবৰ কৰক |”, এদিন-দুদিন, এসপ্তাহ-দুসপ্তাহকৈ, মাহ-বছৰ পাৰ হৈ যায়, ফাইল চহী নোহোৱাকৈ পৰি থাকে |আপোনাৰ অহা-যোৱা কৰোঁতে টকা-প‍ইচা, স্বাস্থ্য-পাতি সকলো হেৰুৱাব, তথাপিও চহী আনিব নোৱাৰে | কিন্তু আপুনি -“এইটো লওঁক, চাহ একাপ খাব”-বুলি পঞ্চাশ বা এশ টকা পিয়নজনৰ হাতত গুজি দিয়ক, আপোনাৰ ফাইলত চহী হৈ যাব | পিয়নজনৰ হতুৱাই কামটো কৰিব পাৰিলেতো কথাই নাই, আপোনাৰ কাম কমতে হ’ল | কিবাকৈ কেৰাণী-মহৰীৰ ওচৰপালে চাহৰ মুল্য পাঁচশৰ পৰা হাজাৰলৈ যাব | হাজাৰ টকীয়া চাহকাপ কিমান সোৱাদৰ হ’ব বাৰু!!! ২০০৬ চনৰ ছেপ্তেম্বৰ মাহত পাচপ’ৰ্টৰ বাবে আবেদন কৰিছিলোঁ, ভবিষ্যতে কামত আহিববুলি | ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত পুলিচ থানাত গৈ যাবতীয় “ইন্ফৰমেচন” দি আহিলোঁ |ভাগ্য সুপ্ৰসন্ন হোৱাত জুলাই মাহত বাহিৰলৈ যাবলৈ সুযোগ পালোঁ | পাচপ’ৰ্টৰ দৰকাৰ আহিল | মে’ মাহত বেলতলাৰ অফিচত খবৰ কৰিলোঁ, মোৰ ফাইলটো জালুকবাৰীৰ পৰা বেলতলা পোৱাগৈ নাই, চাৰিমাহ হ’ল | জালুকবাৰী আৰু পাণবজাৰত খবৰ কৰি কাহিলীপাৰা পালোঁগৈ |

Read more

সাঁথৰ

সংগ্ৰাহক: পংকজ বৰা “চুই চা চুই চা, চুই দিলে পইছা”=কেৰেলুৱা “ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত

Read more

প্ৰসংগ- ভাষাৰ বিলুপ্তি আৰু "হিংলিছমীয়া" : অসমীয়া ভাষালৈ অশনি সংকেত ?

-পঙ্কজ বৰা পৰিৱৰ্তন আৰু গতিশীলতকা কোনেও নুই কৰিব নোৱাৰে ৷ কথোপকথনৰ মাজত প্ৰয়োজনবশতঃ আন ভাষাৰ শব্দৰ ব্যৱহাৰ কেতিয়াও অবাঞ্চনীয় নহয়

Read more

প্ৰসংগ- ভাষাৰ বিলুপ্তি আৰু “হিংলিছমীয়া” : অসমীয়া ভাষালৈ অশনি সংকেত ?

-পঙ্কজ বৰা পৰিৱৰ্তন আৰু গতিশীলতকা কোনেও নুই কৰিব নোৱাৰে ৷ কথোপকথনৰ মাজত প্ৰয়োজনবশতঃ আন ভাষাৰ শব্দৰ ব্যৱহাৰ কেতিয়াও অবাঞ্চনীয় নহয়

Read more

অসমীয়া কোন?

ছগনলাল জৈন(অগ্রদূত, শাৰদীয় সংখ্যা, ১৯৭৮ পৃষ্ঠা-আঠ) —————— প্রকৃত ‘অসমীয়া’ হোৱাৰ বাবে আপুনি সুদীৰ্ঘ কাল ইয়াত থাকিবও নালাগে, ব্যৱসায়-বাণিজ্য বা চাকৰিৰে

Read more

ইণ্টাৰনেটত অসমীয়া ভাষা-ভাষণিকা

দৈনন্দিন: (খণ্ড:১) ইণ্টাৰনেটত অসমীয়া ভাষা-ভাষণিকা: লেখিকা : মিতালী বৰ্মন যোৱা বছৰমানৰ কথা৷ বন্ধু দেৱজ্যোতি মহন্তৰ ‘ৱাল পোষ্ট’ত তেওঁৰ অনুজ ভাতৃপ্ৰতীম

Read more

পুৰণি অসমীয়া গীতৰ “আধুনিকীকৰণ”

দৈনন্দিন: (খণ্ড:২) প্ৰসংগ: পুৰণি অসমীয়া গীতৰ “আধুনিকীকৰণ” (Remix!!) : লেখিকা : মিতালী বৰ্মন প্ৰথমে জানি ল’ব লাগিব ‘আধুনিক’, ‘আধুনিকতা’ আৰু

Read more
Don`t copy text!